স্বচ্ছ ভাৰত মিছনত তিনিচুকীয়া জিলাৰ কলেজ সমূহৰ অগ্ৰণী ভূমিকা

নতুন পৃষ্ঠা তিনিচুকীয়া জিলা  ৬ ছেপ্টেম্বৰ ২০১৭ : আজি তিনিচুকীয়া জিলাত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) ৰ উদ্দেশ্য আগত ৰাখি তিনিচুকীয়া জিলাৰ জনতা মহাবিদ্যালয় আৰু তিনিচুকীয়া আইন কলেজৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক  জিলা প্ৰশাসন আৰু কলেজৰ উদ্যোগত ইউনিচেফ (UNICEF)  ৰ সহযোগত এক প্ৰশিক্ষণ আয়োজন কৰা হয় যত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিবিদ্যালয়ৰ জনেল কৰ্ডিনেটৰ নীতি কোঁৱৰ…

​শিক্ষা বনাম বৌদ্ধিক উত্তৰণ । 

এতিয়া  হাইস্কুল উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ সময় আহি আছে । এই ফলাফলে গঢ়িব বহুতো ভবিষ্যত , কিন্তু আমি নম্বৰবোৰ লৈ সচাকৈয়ে শিক্ষিত হৈছোনে ? নে পৰীক্ষাৰ আগত এটা ভাল ফলাফল দেখুৱাৰ বাবেই ভাটৌৰ দৰে মুখস্থ মাতি পৰীক্ষাত লিখি এখন ভাল মাৰ্কচিট লাভ কৰাটোৱেই আমাৰ লক্ষ্য হৈ পৰিছে নেকি ?জ্ঞান আৰু মুক্তিৰে কিমানজনে বৰ্তমানৰ শিক্ষাজগতৰ লগত…

আমাৰ কি হব ?  উচ্চ শিক্ষা লৈ হতাশাত ভুগিছো !!

বহু কষ্টৰে দুখীয়া ঘৰখনক আৰু দুখীয়া কৰি আগবাঢ়ি আহিলো ইমানখিনি  । মোৰ কাৰণে এইটো পর্যায়েই যথেষ্ট কিয়নো ঘৰখন বহু কোঙা হৈ পৰিছে মা আৰু দেউতাৰ ধাৰ দিনকদিনে বাঢ়ি গৈছে হোষ্টেলৰ ফিজ আৰু পঢ়া শুনা খৰছৰ নামত ।  কিয়নো বিশ্ববিদ্যালয় বুলি কলে সকলোৰে এটা আশা থাকে ।      এতিয়া আহো মূল বিষয়লৈ: হয় মই এজন বিশ্ববিদ্যালয়ৰ…

 ধুমুহাৰ তাণ্ডৱ পুৱাই  পৰিস্থিতিৰ বুজ  ললে বিধায়ক  বিমল বৰাই 

বিহুৰ প্ৰাকক্ষণত কঁপাই যায় বৰদৈচিলাই ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দেওবাৰে হোৱা ৰাতিৰ ধুমুহাত ৰাজগড় আৰু টিংখং অঞ্চলত ধমুহাত বিস্তৰ ক্ষতি সাধন। বহু লোকৰ ঘৰ বাৰী  স্কুল তছ- নছ  কৰাৰ উপৰিও গছ গছনি ভাঙি  ক্ষতি সাধন কৰে । অৱশ্যে টিংখংৰ স্থানীয় বিধায়ক বিমল বৰাই পুৱাই পৰিস্থিতিৰ বুজ লয় ।

​ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাকৰিত ঢোলৰ গুমগুমনি  কাইলৈ বিশাল আয়োজন 

বিহু বুলিলেই অসমীয়াৰ আনন্দৰ পাৰ নোহোৱা হয়, বহাগ অহাৰ লগে লগে সকলো ব্যস্ত হৈ পৰে অসমীয়া বাপুটি সাহোন বিহুটিক আদৰাৰ। এই বসন্তৰ প্ৰাকক্ষণত অসমৰ প্ৰতিটো অঞ্চলত ৰঙালী বিহুক আদৰাৰ যি প্ৰস্তুতি চলি আছে তেনে ক্ষণতে প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ দৰে এই বছৰো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলপথাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত  ৩১…

​বিহুৰ মাজেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰৰ ব্যতিক্ৰমী পদক্ষেপ 

বিহু বুলি কলে মন ৰায় যায় ৰায় যায় কৰে ।কিয়নো এতিয়া বিহুৰ বতৰ এই বিহুৰ বতৰত বহাগক আদৰাৰ সকলোৰে ভীষণ প্ৰস্তুতি বিৰত ৰোৱা নাই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও কিন্তু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ব্যতিক্ৰম হব পাৰে তাৰেই উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে একাংশই । আজি দুপৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মণিৰাম দেৱান ছাত্ৰ আবাসৰ আৱাসীসকলৰ উদ্যোগত তত্বৱধায়ক গৌৰাঙ্গ দুৱৰাৰ…

​ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক- বিষয়া কৰ্মীৰ নিয়মীয়া পেঞ্চনৰ দাবীত আন্দোলন ফলত স্থবিৰ হৈ পৰিছে সকলো

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনৰ চৌহদত ৪ এপ্ৰিলৰ পৰা ৭ এপ্ৰিল আজি লৈ ৪ দিনীয়া কায্যসূচীৰে শিক্ষক বিষয়া আৰু কৰ্মীসন্থাৰ সমন্বয়ৰক্ষী সমিতিয়ে নিয়মীয়া পেঞ্চনৰ দাবীত কৰ্মবিৰতিৰ কাৰ্যসূচী লোৱা দেখা যায়। যাৰ ফলত সমগ্ৰ দিনকেইটাত বিশ্ববিদ্যালয়ৰ কাম কাজ সকলো অচল হৈ পৰিছে। সমন্বয়ৰক্ষী সমিতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় কৰ্মবিৰতিৰ লগতে প্ৰত্যেক দিনে সভা অনুষ্ঠিত কৰে। যাৰ ফলত…

​ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপকৰ তৎপৰতাত আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ  আৰ্চাৰী খেলুৱৈ গহেলা বড়ো লৈ আর্থিকভাৱে কিছু সকাহ  : 

এটা চছিয়েল মেডিয়া পোষ্টৰ যোগেদি আমি গম পাইছিলোঁ অসমৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ  আৰ্চাৰী খেলুৱৈ গহেলা বড়োৰ শাৰীৰিক অসুস্থতাৰ কথা ।কোকোৰাঝাৰৰ গহেলা বড়োৱে অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল । খেলুৱৈগৰাকীয়ে এতিয়ালৈকে প্রায় ৭২ টা পদক লাভ কৰে । ইয়াৰে ৰাষ্ট্ৰীয় মানৰ ১৩ টা সোণৰ পদক , ছিলভাল ৮ টা ,ব্ৰঞ্জৰ ৮ টা ।…

শান্তিৰ বাণীৰে সজীৱ কৰি তুলিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদ

ইতিহাসক সাক্ষী কৰি পোন প্ৰথমবাৰৰ বাবে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হল শান্তিৰ নোবেল বঁটা বিজয়ী তিব্বতৰ আধ্যাত্মিক ধৰ্মীয় গুৰু দালাই লামা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য আছিল ধৰ্মীয় গুৰু দালাই লামাৰ বিশ্ব শান্তিৰ উদ্দেশ্যি দিয়া ভাষণ আৰু অন্তৰংগ আলাপ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আয়োজন কৰা এই অনুষ্ঠানটিত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য…

ডিব্ৰুগড়ৰৰ কাছাৰীঘাটত কাইলৈৰ পৰা আৰম্ভ  হব নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ

নমামি ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি প্রায় তুংগত । বহু বিতৰ্ক আৰু সমস্যাৰ অন্তত উদযাপন কৰিবলৈ সম্পূৰ্ণ হৈ উঠিছে সমগ্ৰ অসম । প্ৰকৃতিয়ে কিছু পৰিমানে বাধা বিঘিনি ঘটালেও উত্তৰ পূবৰ সংস্কৃতিৰ মেটমৰা সম্ভাৰ লৈ প্ৰস্তুত হৈ উঠিছে নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ আৰু পিছপৰি পৰি ৰোৱা নাই ডিব্ৰুগড়ৰৰ কাছাৰীঘাট । কাইলৈৰ পৰা ৪ এপ্ৰিল লৈকে উজনি অসমৰ ডিব্ৰুগড়ৰৰ কাছাৰীঘাটত অনুষ্ঠিত…